গুৱাহাটীত আমছুৰ প্ৰতিবাদী কাৰ্য্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 October 2021

গুৱাহাটীত আমছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

 





W7s News ষ্টাফৰিপোৰ্টাৰ :

বাংলাদেশত সংখ্যালঘুৰ ওপৰত হৈ থকা অমানৱীয় অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে আজি সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন ( আমছু )ৰ উদ্যোগত গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰাৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আমছুৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মিন্নাতুলইছলাম আৰু ইমতিয়াজ হুছেইন।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here