প্ৰথমখন দূৰণীবটীয়া যাত্ৰীবাহী ইলেক্ট্ৰিক ৰেল অসমলৈ চলিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 October 2021

প্ৰথমখন দূৰণীবটীয়া যাত্ৰীবাহী ইলেক্ট্ৰিক ৰেল অসমলৈ চলিল

 



W7s News ষ্টাফৰিপোৰ্টাৰ  : আজি অসমৰ ৰেলৱেৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ দিন। আজি প্ৰথমখন দূৰণীবটীয়া  যাত্ৰীবাহী ইলেক্ট্ৰিক ৰেল অসমলৈ চলিল। দিল্লীৰ পৰা কামাখ্যা ষ্টেচনলৈ চলা ব্ৰহ্মপুত্ৰ মেইল ইলেক্ট্ৰিক ল'ক' ৰেলখন দিনৰ ১.৩০ত কামাখ্যা পায়হি। ইয়াৰ কিছুসময়ৰ পিছত পুনৰ আনএখন দূৰণীবটীয়া বিদ্যুতচালিত যাত্ৰীবাহী নৰ্থ ইষ্ট এক্সপ্ৰেছ নতুন দিল্লীৰ পৰা কামাখ্যা ষ্টেচনলৈ আহে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here