গ্ৰাহকে সামগ্ৰীত পাব ৭৫% লৈকে ডিচকাউন্ট
W7s news ষ্টাফ ৰিপোৰ্টাৰ,,মহানগৰীৰ বি বৰুৱা ৰোড উলুবাৰীস্থিত উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু প্ৰতিষ্ঠিত শ্ব'ৰুম নেক্সট ইলেক্ট্ৰনিক্সে বিস্তৃত পৰিসৰৰ ইলেক্ট্ৰনিক্স ম'বাইল ফোন, প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ লেপটপ ক্ৰয়ৰ ওপৰত দীপাৱলী ধামাকা অফাৰ মুকলি কৰিছে। এই অফাৰত ২০,০০০ বা এটা ইএমআই অফলৈকে কেছ বেক অফাৰ থাকিব।লোনত ক্ৰয় কৰা উপভোক্তাসকল ইয়াৰদ্বাৰা লাভান্বিত হ'ব।নেক্সট ইলেক্ট্ৰনিক্স হৈছে দীপাৱলীত ৭৫% লৈকে ৰেহাই আগবঢ়োৱা গুৱাহাটীৰ একমাত্ৰ শ্ব'ৰুম। গ্ৰাহকসকলে আহিবলগীয়া ধনতেৰাছৰ বাবে প্ৰি বুক কৰিব পাৰে আৰু ডেলিভাৰীৰ সময়ত আচৰিত উপহাৰ জিকিব পাৰে।ইয়াত গ্ৰাহকসকলে সহজে ৩০ মিনিটত লোন প্ৰক্ৰিয়া কৰিব পাৰে আৰু একেদিনাই সামগ্ৰীবোৰ ডেলিভাৰী কৰিব পাৰে। নেক্সট ইলেক্ট্ৰনিক্সে এই মহামাৰীত অসম চৰকাৰৰ দ্বাৰা জাৰী কৰা সকলো পৰিচ্ছন্নতা আৰু অন্যান্য প্ৰট'কল বজাই ৰাখিছে আৰু সকলো কৰ্মচাৰীকো সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছে। এই সন্দৰ্ভত অভিষেক চোনীয়ে কয় যে আটাইতকৈ ডাঙৰ উৎসৱ দীপাৱলী উপালক্ষ্যে নেক্সট ইলেক্ট্ৰনিক্সে ৫ অক্টোবৰৰ পৰা ৪ নৱেম্বৰলৈকে সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকসকলৰ বাবে লাকী ড্ৰ মুকলি কৰিছে। এই লোন মেলা ২০২১ ত গ্ৰাহকসকলে অনলাইনত সস্তাত সামগ্ৰী লাভ কৰিব। বিজয়ীৰ বাবে বাম্পাৰ পুৰষ্কাৰৰ ব্যবস্থা কৰা হৈছে আৰু গ্ৰাহকসকলে উৎসৱৰ অফাৰৰ সৈতে লাভালাভ লাভ কৰিব। ইয়াত পৰ্যাপ্ত পাৰ্কিং স্থান আছে, য'ত গ্ৰাহকে গাড়ী পাৰ্ক কৰি বজাৰ কৰিব পাৰে। উল্লেখ্য যে যদি অসমৰ কোনো গ্ৰাহকে সামগ্ৰীটো ডেলিভাৰী কৰিব বিচাৰে তেন্তে তেওঁলোকৰ ৱেবছাইট www.nexthub.in আৰু নেক্সট হাব নামৰ এপ' আছে যিটো প্লে ষ্টোৰ আৰু এপ' ষ্টোৰত সহজে উপলব্ধ আছে। যাৰ দ্বাৰা গ্ৰাহকে প্ৰিয় সামগ্ৰীৰ ওপৰত ৰেহাই কুপনৰ সৈতে ডেলিভাৰী কৰিব পাৰে। এইটো প্ৰথমবাৰৰ বাবে যে এজন স্থানীয় ডিলাৰে ইলেক্ট্ৰনিকছ, হোম এপ্লায়েন্স, লেপটপ আৰু ম'বাইল ফোনৰ ছলিউচনৰ বাবে অনলাইন ৱেবছাইট আৰু এপ' মুকলি কৰিছ।
No comments:
Post a Comment