আকাশবাণী গুৱাহাটীৰ সোণালী কণ্ঠ অৱন বৰপূজাৰীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 October 2021

আকাশবাণী গুৱাহাটীৰ সোণালী কণ্ঠ অৱন বৰপূজাৰীৰ মৃত্যু

 



W7s News নিউজ ডেস্ক: আকাশবাণী গুৱাহাটীৰ সোণালী কণ্ঠ অৱন বৰপূজাৰী বৃহস্পতিবাৰে মৃত্যু হয়। প্রায় ৩৭ বছৰ আকাশবাণীৰ বাতৰি পৰিৱেশক আৰু অনুবাদক হিচাপে ২০০০ চনত কৰ্মজীৱন সামৰা অৱন বৰপূজাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। এখন ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্রৰ ৰোগত আক্রান্ত হৈ মৃত্যু হয়। আকাশবাণীৰ বাতৰি পৰিৱেশক আৰু অনুবাদকজনৰ। তেওঁৰ মৃত্যুত আকাশবাণী গুৱাহাটীৰ লগতে গুণমুগ্ধ সকলৰ মাজত শোকৰ ছাঁ পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here