দুৰ্গা পূজাৰ পাছত ৰাজ্যত হঠাত্‍ আৰম্ভ ক'ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 16 October 2021

দুৰ্গা পূজাৰ পাছত ৰাজ্যত হঠাত্‍ আৰম্ভ ক'ভিড-১৯ৰ ভয়ংকৰ সংক্ৰমণ

 



W7s News নিউজ ডেস্ক:  দুৰ্গা পূজাৰ অন্তত ৰাজ্যত হঠাত্‍ আৰম্ভ ক'ভিড-১৯ ৰ ভয়ংকৰ সংক্ৰমণ হৈছে। ২৪ ঘণ্টাৰ ভিতৰতে প’জিটিভিটীৰ হাৰ ০.৮৫ৰ পৰা ১.৫৩লৈ বৃদ্ধি পাইছে। মাত্ৰ ১৩,৫৪৮জন লোকৰ পৰীক্ষাতে প’জিটিভ ওলাল ২০৭জনৰ।  গুৱাহাটী মহানগৰীত এটা দিনতে নতুনকৈ ১০৮জন আক্ৰান্ত।


#covid-19 #covidupdate #assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here