'একুঁকি ভাৰতীয় গল্প' শীৰ্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 17 October 2021

'একুঁকি ভাৰতীয় গল্প' শীৰ্ষক গ্ৰন্থ উন্মোচন

 





W7s News ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ খানাপাৰাত দেওবাৰে এখন  গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।সভাত  ড° স্বাতী কিৰণৰ 'একুঁকি ভাৰতীয় গল্প' শীৰ্ষক অনুবাদ গল্পৰ সংকলনখন উন্মোচন কৰা হয়৷ গ্ৰন্থখনি উন্মোচন কৰে ২০২০ চনৰ  সাহিত্য অকাডেমি বঁটা প্ৰাপক অপূৰ্ব কুমাৰ শইকীয়াই ৷ সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট অনুবাদক বিপুল দেউৰী , বিশিষ্ট গল্পকাৰ বন্তি শেনচোৱা , বিশিষ্ট কবি নীলিমা ঠাকুৰীয়া হক , সংগীত শিল্পী ৰূপম ভূঞা আৰু নীলাক্ষি চাংকাকতি উপস্থিত থাকে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here