‘আমি তৎপৰতাৰে আমাৰ নদীসমূহ সংৰক্ষণ কৰিব লাগে’- উপ ৰাষ্ট্ৰপতি - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 3 October 2021

demo-image

‘আমি তৎপৰতাৰে আমাৰ নদীসমূহ সংৰক্ষণ কৰিব লাগে’- উপ ৰাষ্ট্ৰপতি

Responsive Ads Here


W7s News নিউজ ডেস্ক :'আমি তৎপৰতাৰে আমাৰ নদীসমূহ সংৰক্ষণ কৰিব লাগে’- এইদৰে কয় উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।  তেওঁ লগতে ভাৰতীয় নদীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ অৰ্থে এটি ৰাষ্ট্ৰীয় অভিযানৰ আহ্বান জনায়। বিদ্যালয়ৰ পাঠক্ৰমত নদী সংৰক্ষণ সম্পৰ্কীয় পাঠ অৱশ্যেই অন্তৰ্ভুক্ত কৰিব লাগে।

IMG-20211003-WA0091

গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য-আৰু-সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন উপ ৰাষ্ট্ৰপতিয়ে ঐতিহ্য কেন্দ্ৰটোৰ শলাগ লৈ, আন সাংস্কৃতিক স্থানসমূহকো জনসাধাৰণৰ বাবে সেউজ আৰু সুস্থ স্থান হিচাপে গঢ়ি তুলিবলৈ নাইডুয়ে পৰামৰ্শ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *