W7s news,ষ্টাফৰিপৰ্টাৰ: আগন্তুক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বস্ত ট্ৰাষ্টেট জুৱেলাৰ্ছ ফাঁচীবজাৰৰ কুৱেৰ এচি মাৰ্কেটৰ এল গোপাল জুৱেলাৰ্ছে গ্ৰাহকৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে এই সন্দৰ্ভত শংকৰ লাল ছোনিয়ে জানিব দি কয়-"প্রতিজন গ্ৰাহকৰ বাবে ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও এল গোপাল জুৱেলাৰ্ছে গুৱাহাটীৰ ফাঁচীবজাৰৰ কুৱেৰ এচি বজাৰত তেওঁলোকৰ শ্ব'ৰুম আগন্তুক বিবাহৰ ঋতুৰ বাবে এক বিশেষ নতুনত্ব ঘটোৱা অলংকাৰ উপলব্ধ কৰা হৈছে। শ্ব'ৰুমৰ স্বত্বাধিকাৰী গকুল চোনীয়ে এই সন্দৰ্ভত কয়"-দুৰ্গা পূজা আৰু দীপাৱলীৰ দৰে আগন্তুক ডাঙৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ শ্ব'ৰুমত সোণৰ গহনাত মজুৰীৰ ক্ষেত্ৰত ৩৫ শতাংশ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয়"-ব্ৰেণ্ডেড হীৰাৰ গহনা ক্ৰয়ৰ ক্ষেত্ৰত ফ্লেট ১০ শতাংশ ৰেহাই লাভ কৰিব গ্ৰাহকে। এই বিশেষ ৰেহাই কেৱল ফাঁচী বজাৰৰ কুৱেৰ এচি বজাৰত অৱস্থিত এল গোপাল জুৱেলাৰ্ছত উপলব্ধ হ'ব। ছোনীয়ে লগতে কয় আগন্তুক উৎসৱৰ লগতে বিবাহৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি এই শ্ব'ৰুমতে এক বিস্তৃত পৰিসৰৰ এক্সক্লুছিভ অলংকাৰ সংগ্ৰহ উপলব্ধ কৰা হৈছে, য'ত গ্ৰাহক সকলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি সোণ আৰু হীৰাৰ গহনা ক্ৰয় কৰিব পাৰিব।যুৱ ব্যৱসায়ী প্ৰতীক ছোনীয়ে কয়"-এই শ্ব'ৰুমত পৰম্পৰাগত আৰু সমসাময়িক পোলকি আৰু কুন্দন জুৱেলাৰী আৰু ছলিটেয়াৰ আৰু হীৰাৰ গহনা উপলব্ধ কৰা হৈছে। তেওঁ আৰু কয় সোণ আৰু হীৰাৰ গহনা বিচাৰি থকা গ্ৰাহক সকলে আমাৰ শ্ব'ৰুমৰ পৰা বজাৰ কৰি এই বিশেষ ৰেহাই লাভ কৰিব পাৰে। এল গোপাল জুৱেলাৰ্ছত দীপাৱলী লৈকে ৰেহাইৰ ব্যৱস্থা থাকিব।
No comments:
Post a Comment