W7s News,,ষ্টাফ ৰিপৰ্টাৰ,,গুৱাহাটীৰ আটাইতকৈ জনপ্ৰিয় ইলেকট্ৰনিক্স শ্ব'ৰূম নেক্স ইলেকট্ৰনিক্সে আৰম্ভ কৰিছে গ্ৰাহকৰ বাবে বিশেষ ঋণ মেলা। মহানগৰীৰ উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত নেক্স ইলেকট্ৰনিক্স শ্ব'ৰূমৰ গ্ৰাহকে ম'"বাইল ফোন, লেপটপকে আদি কৰি বিভিন্ন ধৰণৰ ইলেকট্ৰনিক্স ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব। ঋণৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা লাভ কৰাৰ লগতে গ্ৰাহকে ২০ হাজাৰ টকালৈকে কেচ বেক লাভ কৰিব। নেক্স ইলেকট্ৰনিক্স শ্বৰূমৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে গ্ৰাহকৰ বাবে ৭৫শতাংশ লৈকে ৰেহাইৰ ব্যৱস্থা কৰিছে। আজি এই বিশেষ ঋণ মেলা অনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নৰেন্দ্ৰ ছনী ৰাজেশ ছনী আৰু চেমচাঙৰ শাখা প্ৰবন্ধক গৌতম বৰুৱাই। গ্ৰাহক সকলে সহজে ৩০ মিনিটত ঋণ প্ৰক্ৰিয়া কৰিব পাৰে আৰু একেদিনাই সামগ্ৰীবোৰ বিতৰণ কৰিব পাৰে। ইপিনে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীৰে মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি টিকাকৰণ সম্পূৰ্ণ কৰিছে। অনুষ্ঠানটোত নেক্স ইলেকট্ৰনিক্সৰ স্বত্বাধিকাৰী অভিষেশ চোনিয়ে কয়"দ্বাদশ বাৰ্ষিকী সপ্তাহ উপলক্ষে ১৪ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ক্ৰয় কৰা গ্রাহক সকলৰ বাবে লাকী ড্ৰ মুকলি কৰা হৈছে। বিজয়ী সকলে লাভ কৰিব বাম্পাৰ পুৰষ্কাৰ। যদি অসমৰ মানুহে সামগ্ৰীটো অইন স্থানলৈ প্ৰেৰণ কৰিব বিচাৰে তেনেহলে লেওঁলোকৰ ওচৰত ৱেবছাইটত www.nexthub.in আৰু নেক্স হাব নামৰ এপ আছে যিটো প্লে ষ্টোৰত সহজে উপলব্ধ। গ্ৰাহকে সামগ্রী ক্ৰয় কৰাৰ পাছত বিশেষ কুপন লাভ কৰিব। প্ৰথমবাৰৰ বাবে নেক্স ইলেকট্ৰনিক্স,হোম এপ্লায়েন্স,লেপটপ আৰু ম'বাইল ফোনৰ সমাধান এটা চালৰ তলত দিবলৈ অনলাইন ৱেবছাইট আৰু এপ খুলিছে।
No comments:
Post a Comment