উত্তৰ গুৱাহাটীত কাৰ্যালয় মুকলি কৰিলে শ্যাম বালাজী ডেভেলপ্টপাৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 September 2021

উত্তৰ গুৱাহাটীত কাৰ্যালয় মুকলি কৰিলে শ্যাম বালাজী ডেভেলপ্টপাৰে

 


W7s news ষ্টাফ ৰিপৰ্টাৰ,, গুৱাহাটীৰ কাষৰীয়া উত্তৰ গুৱাহাটীত ব্যৱসায় সম্প্ৰসাৰৰ বাবে উত্তৰ গুৱাহাটীত নিজৰ পদচিহ্ন ৰাখি শ্যাম বালাজী ডেভেলপাৰে নতুন কাৰ্যালয় মুকলি কৰে। এই উপলক্ষে যুৱ ব্যৱসায়ী বিকাশ গোৱেঙ্কাই কয়"-এই প্ৰতিষ্ঠানটোৰ জৰিয়তে তেওঁলোকে আমিনগাঁও, চাংসাৰী,অভয়পুৰ, আৰু উত্তৰ গুৱাহাটীৰ কাষৰীয়া অঞ্চলৰ ভূমি-নিৰ্মাণ কাৰ্যৰ সৈতে পোনপটীয়া সংযুক্ত হ'ব। এই কার্যলয়ৰ জৰিয়তে তেওঁৰ লক্ষ্য হৈছে বৰ্তমানৰ ভূমিত সৰ্বশ্ৰেষ্ঠ আৰু উচ্চ মানদণ্ডৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰি ভূমি মালিক সকলৰ বাবে  বৃহৎ উপাৰ্জনৰ উৎস মুকলি কৰা। তেওঁ লগতে কয়"-২০১২ চনত ৰিয়েল ইষ্টেট পৰামৰ্শদাতা হিচাপে তেঁও কাম আৰম্ভ কৰিছিল আৰু বিগত ৯ বছৰ ধৰি এই ব্যৱসায়ৰ  সৈতে জড়িত হৈ আছিল। তেওঁ ৰিয়েল ইষ্টেট কনচালটেন্সিৰ সকলো ক্ষেত্ৰত কাম কৰিছে আৰু উদ্যোগটো তৃণমূল  স্তৰৰ পৰা সকলো জ্ঞাত। বেছিভাগ ৰিটেইল আৰু ৱেৰহাউচিং খণ্ডত কাম কৰিছিল য'ত তেওঁলোকে ৱেষ্টচাইড, বিগ বাজাৰ, বিশাল মেগামাৰ্ট, আদিৰ দৰে শীৰ্ষ ব্ৰেণ্ডৰ লগত ভাল লেনদেন কৰিছিল। তেওঁ এই কামটোক লৈ অতি উৎসাহিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here