দুৰ্গা পূজাৰ পাছতে সম্পূৰ্ণকৈ খুলিব বিদ্যালয় - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 28 September 2021

দুৰ্গা পূজাৰ পাছতে সম্পূৰ্ণকৈ খুলিব বিদ্যালয়

 



W7s News নিউজ ডেস্ক: দুৰ্গা পূজাৰ পাছতেই সম্পূৰ্ণকৈ খুলিব বিদ্যালয়। প্ৰথম শ্ৰেণীৰ পৰা ১৯ অক্টোবৰৰ পৰা পাঠদান আৰম্ভ হ'ব । অৱশ্যে প্ৰাৰম্ভিক পৰ্য্যায়ত সপ্তাহত ৩ দিনকৈ হ'ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক শ্ৰেণী সমূহৰ পাঠদান(অষ্টম শ্ৰেণীলৈ)। বিপৰীতে নিয়মিত পাঠদান হ'ব নৱম আৰু দশম শ্ৰেণী সমূহৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here