জি আৰ ডি ফাৰ্মাচিউটিকেলচৰ স্বাস্থ্যসন্মত হেণ্ডৱাছ প্ৰস্তুত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 3 September 2021

জি আৰ ডি ফাৰ্মাচিউটিকেলচৰ স্বাস্থ্যসন্মত হেণ্ডৱাছ প্ৰস্তুত

 




W7s News ষ্টাফৰিপোৰ্টাৰ : ক'ভিড মহামাৰীৰ সময়ত জি আৰ ডি ফাৰ্মাচিউটিকেলচে প্ৰস্তুত কৰি উলিয়াইছে স্বাস্থ্যসন্মত নতুন প্ৰিমিয়াম লিকুইড হেণ্ডৱাছ হেণ্ডইউজাৰ-জি । এই সম্পৰ্কে জি আৰ ডি ফাৰ্মাচিউটিকেলচৰ হৈ ড০ জি জি ধনুকাই কয় 'এই হেণ্ডৱাছে ক্ষতিকাৰক বিজাণু আৰু অবাঞ্চিত কীটনাশকৰ বিৰুদ্ধে সৰ্বোচ্চ স্তৰত সুৰক্ষা প্ৰদান কৰে। ক'ভিড মহামাৰীৰ জটিল ক্ষণত এই হেণ্ডৱাছ মানুহক বিজাণুমুক্ত হৈ থকাত সহায়ক হ'ব। এই নতুন ব্যক্তিগত পৰিচন্নতাৰ সামগ্রী। কৰনা মহামাৰীৰ এই জটিল ক্ষণত ক'ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো শ্ৰেণীৰ লগতে নিৰ্ভৰযোগ্য প্ৰতিৰক্ষা মূলক সামগ্রী যোগান ধৰিবলৈ সক্ষম হৈছে জি আৰ ডি ফাৰ্মাচিউটিকেলচ। জি আৰ ডি ফাৰ্মাচিউটিকেলচ উত্তৰ পূব ভাৰতৰ প্ৰথমটো কোম্পানী যিয়ে ২০১২ চনৰ পৰা এলকহল আধাৰিত হেণ্ডৰাৱ হেণ্ডইউজাৰ-চি প্ৰস্তুত কৰি উলিয়াইছে।আমি 'আই এছ অ' ৯০০১:২০১৫ ৰ স্বীকৃতিপ্ৰাপ্ত। উত্তৰ-পূৱৰ বজাৰত আমাৰ হেণ্ডৱাছ উপলব্ধ। আমাৰ ব্ৰেণ্ড খ্যাতিয়ে নতুন হেণ্ডৱাছৰ পৰা উন্নত মানদণ্ডৰ আশা নিশ্চিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here