মাৰোৱাৰী হাস্পতালত শৈক্ষিক আৰু গৱেষণা শাখাৰ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 September 2021

মাৰোৱাৰী হাস্পতালত শৈক্ষিক আৰু গৱেষণা শাখাৰ উদ্বোধন

 




W7s News ষ্টাফৰিপোৰ্টাৰ : মাৰোৱাৰী হাস্পতালত শৈক্ষিক আৰু গৱেষণা শাখাৰ মঙলবাৰে উদ্বোধন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শুভাৰম্ভ বন্তি প্রজ্বলনেৰে কৰে বিশিষ্ট সমাজকর্মী শংকৰলাল গোয়েংকাই। বিশিষ্ট সমাজকর্মী শংকৰ লাল গোয়েংকাৰ অনুদানেৰে নিৰ্মিত এই কাৰ্যসূচীত মাৰোৱাৰী হাস্পতালৰ

 সভাপতি ৰমেশ গোয়েংকা আৰু সাধাৰণ সম্পাদক ডাঃ ঘনশ্যাম দাস ধানুকা,  উপস্থিতিত মাৰোৱাৰী চিকিৎসালয়ত শৈক্ষিক আৰু গৱেষণা শাখাৰ উদ্বোধন কৰা হয়। শৈক্ষিক আৰু গৱেষণা শাখাৰ উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী শংকৰ লাল গোয়েংকাই। উল্লেখ্য, শৈক্ষিক আৰু গৱেষণা শাখাত দুটা সু-সজ্জিত শ্ৰেণীকোঠা প্ৰজেক্টৰ সুবিধা, অডিঅ' ভিডিঅ' সুবিধাৰ সৈতে গৱেষণা আৰু একাডেমিক প্ৰেক্ষাগৃহ, গৱেষণা ক্ষেত্ৰ, ক্লিনিকেল ৰিচাৰ্চ কোঠা, কম্পিউটাৰ সুবিধা থকা এটা উন্নতমানৰ পুথিভঁৰালৰ সুবিধা আছে। এই অনুষ্ঠানত কেইবাজানো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here