অতি সোনকালেই সলনি হ'ব গাড়ীৰ হৰ্ণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 4 September 2021

অতি সোনকালেই সলনি হ'ব গাড়ীৰ হৰ্ণ

 


বিকট হৰ্ণৰ পৰিৱৰ্তে বাজিব তবলা,তাল,ভায়োলিন,বাঁহী






W7s News নিউজ ডেস্ক:অতি সোনকালেই সলনি হ'ব গাড়ীৰ হৰ্ণ।গাড়ীৰ হৰ্ণৰ কৰ্কশ শব্দৰ পৰা পৰিত্ৰাণ পাব আপুনি।বিকট হৰ্ণৰ পৰিৱৰ্তে বাজিব তবলা,তাল,ভায়োলিন,বাঁহীৰ শব্দ।  ভাৰতীয় বাদ্যযন্ত্ৰৰ দৰে বাজিব গাড়ীৰ হৰ্ণ।বিকট হৰ্ণৰ পৰিৱৰ্তে ভাৰতীয় বাদ্যযন্ত্ৰ তবলা,তাল,ভায়োলিন,বাঁহী আদি বাদ্যযন্ত্ৰৰ সুমধুৰ শব্দ শুনিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা জানিবলৈ দিছে। ইতিমধ্যে এইক্ষেত্ৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে কাম কৰি আছে।এই সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে,"হৰ্ণে ৰাতিপুৱাৰ নীৰৱতা বিঘ্নিত কৰে।বাহনৰ হৰ্ণ বোৰ সঠিক ধৰণে হ'ব লাগে। গাড়ীৰ হৰ্ণৰ শব্দ ভাৰতীয় বাদ্যযন্ত্ৰ হ'ব লাগে আৰু আমি ইয়াৰ ওপৰত কাম কৰি আছো।তবলা, তাল, ভায়োলিন, বাঁহীৰ দৰে ভাৰতীয় বাদ্যযন্ত্ৰৰ শব্দ শুনা উচিত।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here