বক্সিঙৰ ৰিঙত নামিবলৈ সাজু লাভলীনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 2 September 2021

বক্সিঙৰ ৰিঙত নামিবলৈ সাজু লাভলীনা

 



W7s News : নিউজ ডেস্ক :বক্সিঙৰ ৰিঙত নামিবলৈ সাজু হৈছে লাভলীনা বৰগোঁহাই। ৩ ছেপ্টেম্বৰত অসম এৰিব লাভলীনাই। ৪ ছেপ্টেম্বৰৰ পৰা পুনৰ ৰিঙত নামিব লাভলীনা। বুধবাৰে  গড়চুকতস্থিত ৰোড ৰাইডাৰ্ছৰ ডিলাৰত ডিলাৰ কৰ্তৃপক্ষই লাভলীনাক উপহাৰ দিয়ে এখন নাইনটি ৱান ব্ৰেণ্ডৰ চাইকেল। চাইকেল উপহাৰ গ্ৰহণ কৰি লাভলীনাই শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ সকলোকে চাইকেল চলাবলৈ পৰামৰ্শ দিয়ে।অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে বুলি কয় লাভলীনাই। অসম চৰকাৰে প্ৰদান কৰা ডি এছ পি চাকৰি গ্ৰহণ কৰিলেও বিশেষকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব বুলি ক'লে লাভলীনাই। ইপিনে সৰুপথাৰত নিৰ্মাণ হ'বলগীয়া ক্ৰীড়া প্ৰকল্পৰ বক্সিঙৰ ৰিঙটো বনোৱাৰ ক্ষেত্ৰত তদাৰক কৰিব লাভলীনাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here