W7s News ষ্টাফৰিপোৰ্টাৰ: মাৰোৱাৰী হাস্পতালৰ উদ্যোগত আৰু জেচিআই গুৱাহাটী স্পার্কত এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত ৰোগীসকক বিনামূলীয়াকৈ দৰৱ বিতৰণ কৰাৰ লগতে ৰক্তচাপ,মধুমেহ, আদিৰ পৰীক্ষা কৰা হয়।
এই শিবিৰত প্ৰায় দুই শতাধিক লোকক চিকিৎসা সেৱা আগবঢ়োৱা হয় । এই শিবিৰ মাৰোৱাৰী হাস্পতালৰ চিকিৎসক এন. এন .শৰ্মাৰ নেতৃত্বত আয়োজন কৰা হয়। উল্লেখ্য, মাৰোৱাৰী হাস্পতালে সময়ে সময়ে এনেধৰণৰ শিবিৰৰ আয়োজন কৰি আহিছে।এই অনুষ্ঠানত গুৱাহাটী স্পাৰ্কৰ সভাপতি প্ৰীয়াল হানছাৰিয়া, সম্পাদক ৰাহুল আগৰৱাল উপস্থিত থাকে।
 
 
 

 
 
 
No comments:
Post a Comment