অসমৰ ম্যাদী পট্টাৰ মাটিত মেঘালয়ৰ আগ্ৰাসন বন্ধ কৰক -ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

অসমৰ ম্যাদী পট্টাৰ মাটিত মেঘালয়ৰ আগ্ৰাসন বন্ধ কৰক -ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসম

 


W7s News ষ্টাফৰিপোৰ্টাৰ : অসমৰ ম্যাদী পট্টাৰ মাটিত মেঘালয়ৰ আগ্ৰাসন বন্ধ কৰিবলৈ দাবী জনাইছে -ভূমি অধিকাৰ সংগ্ৰাম সমিতি, অসমে। এই সম্পৰ্কে সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাই কয় ' দিছপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৮৬০-নং বশিষ্ট গাঁওৰ দ্বিতীয় ১৪০, ১৪১, ১৫৭, ১৪২ আদি কৰি ম্যাদী পট্টাৰ দাগৰ মাটি মেঘালয়ে দখল কৰি অসমৰ বহুদূৰ ভিতৰলৈ আগুৱাই আহিছে। অসমৰ ভূমিৰ বনজ সম্পদ, সংগ্ৰহ কৰি অসমৰ ম্যাদী পট্টাৰ মাটিতে মেঘালয় ৰ পৰীক্ষণ চকী বহুৱাই বছৰি হাজাৰ হাজাৰ কোটি টকা অসমে পাবলগা ৰাজহ আজি মেঘালয়ে সংগ্ৰহ কৰি আহিছে। এই সীমান্ত অতি সোনকালে মীমাংসা কৰি অসমৰ বনজ সম্পদৰ পৰা চৰকাৰে বছৰি এক হাজাৰ কোটি সংগ্ৰহ কৰিব পাৰিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here