বলীউডৰ প্ৰবীণ অভিনেতা অনুপম শ্যামৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

বলীউডৰ প্ৰবীণ অভিনেতা অনুপম শ্যামৰ মৃত্যু

 





W7s News নিউজ ডেস্ক : বলীউডৰ প্ৰবীণ অভিনেতা অনুপম শ্যামৰ ৬৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ বিগত বৰ্ষৰ পৰাই বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈছিল।দেওবাৰে মুম্বাইস্থিত চিটি হাস্পতালত অভিনেতাজনৰ মৃত্যুক হয় । টেলিভিছনৰ অনুষ্ঠান “মন কী আৱাজ প্ৰতিজ্ঞা”ত কৰা বলিষ্ঠ অভিনয়েৰে তেওঁ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ দিল ছে, শ্লামড’গ মিলিয়নাৰ আৰু লগন আদিৰ দৰে চুপাৰহিট চলচ্চিত্ৰত অভিনয় কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here