শান্ত হোৱা নাই অসম-মেঘালয় সীমান্তৰ উমলাফেৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 25 August 2021

শান্ত হোৱা নাই অসম-মেঘালয় সীমান্তৰ উমলাফেৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : শান্ত হোৱা নাই অসম-মেঘালয় সীমান্তৰ উমলাফেৰ। আজি পুনৰ অঞ্চলটোত শতাধিক খাচী লোকৰ প্রৱেশৰ পিছতে সৃষ্টি হ’ল উত্তেজনাৰ।  খাচী লোকৰ প্রৱেশত বাধা আৰোপ কৰিলে অসমৰ ৰাইজে। পিছত অসম আৰক্ষীৰ এটা বৃহৎ দলে খেদি পঠিয়ায় খাচী লোকসকলক। ঘটনাক লৈ অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ মাজত সৃষ্টি হ’ল তীব্র বাক-বিতণ্ডা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here