গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 25 August 2021

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন

 




W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে ৰশ্মিৰেখা বৰাৰ গ্ৰন্থ 'বৈষম্য নহয় সমতাহে' উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে শিশু সাহিত্যিক বন্দিতা ফুকন, ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি আৰু নৰ্থ ইষ্ট নেটৱৰ্কৰ অধ্যক্ষ গীতা ৰাণী ভট্টাচাৰ্যই। নৰ্থ ইষ্ট নেটৱৰ্কৰ উদ্যোগত অনুষ্ঠিত উন্মোচনী সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। চিত্ৰলেখা বৰুৱাই আঁতধৰা সভাখনত লেখিকা ৰশ্মিৰেখা বৰাই গ্ৰন্থ খনৰ আঁৰৰ কথা উল্লেখ কৰে । সভাত শিক্ষক অজিত কুমাৰ মহন্তই চমু বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here