মিকিৰ বামুণী কৃষকৰ ন্যায়ৰ দাবীত মঙলবাৰে সংগ্ৰামী যৌথ মঞ্চ, গুৱাহাটী অসমে মানৱ শংখল কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 24 August 2021

মিকিৰ বামুণী কৃষকৰ ন্যায়ৰ দাবীত মঙলবাৰে সংগ্ৰামী যৌথ মঞ্চ, গুৱাহাটী অসমে মানৱ শংখল কাৰ্যসূচী

 




W7s News ষ্টাফৰিপোৰ্টাৰ: মিকিৰ বামুণী কৃষকৰ ন্যায়ৰ দাবীত মঙলবাৰে সংগ্ৰামী যৌথ মঞ্চ, গুৱাহাটী অসমে মানৱ শংখল কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰী পইণ্টত অনুষ্ঠিত এই কাৰ্যসূচীত মঞ্চৰ সদস্য সকলে নগাঁও জিলাৰ অন্তৰ্ভুক্ত মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ অধিকাৰ চৰকাৰক প্ৰদান কৰিবলৈ আৰু আগলৈ বলপূৰ্বক বা ৰাইজক অন্ধকাৰত ৰাখি গোপনভাৱে কৃষি ভূমি কোম্পানী বা পুঁজি পতিক গতোৱা কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়। এই কাৰ্যসূচীত মঞ্চৰ হৈ প্ৰণৱজ্যোতি চেতিয়া, জয়ন্ত গগৈ, সমৰ জ্যোতি বেজবৰুৱা, জোৰ্তিময় ভঁৰালী, দ্বিজেন কামান, আব্দুল ৱাহিদ আদিয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here