W7s News নিউজ ডেস্ক:আজি ১০০ দিন অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে কেতবোৰ বহু গুৰুত্বপূৰ্ণ ঘোষণা। তৎকালে অৰুণোদয় আঁচনিৰ ধনৰ এহাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটত। শৈক্ষিক দিশত সিদ্ধান্ত: ভূগোল আৰু বুৰঞ্জী দশম শ্ৰেণীলৈ পঢ়াটো বাধ্যতামূলক কৰা। হৈছে।ছমাহৰ ভিতৰত গুৱাহাটীত ইলেক্ট্ৰনিক বাছ চলিব।২০০খন ইলেক্ট্ৰনিক বাছ কিনাৰ সিদ্ধান্ত লোৱা হৈছে।চৰকাৰৰ এবছৰৰ পূৰ্তিৰ সময়ত গুৱাহাটী পেট্ৰল ডিজেলৰ বাছ নচলিব।আন্ত:ৰাজ্যিক যাতায়ত চলাচল বন্ধ হৈ থকাৰ বাবে বাছৰ চালক পৰিচালক সকল সমস্যা হৈছে ৷ দহ হাজাৰকৈ টকা তেওঁলোকক দিয়া হ'ব ৷ ইয়াৰ ফলত ৬০ হাজাৰ উপকৃত হ'ব।নামঘৰ আৰু মন্দিৰৰ পূজাৰীসকলক পোন্ধৰ হাজাৰকৈ দিয়া হ'ব।অহা বছৰৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি নৱম দশম একাদশ আৰু দ্বাদশত প্ৰৱৰ্তন কৰা হ'ব ৷ একেলগে হ'ব। ছিনিয়ৰ ছেকেণ্ডাৰী হ'ব একেলগে।'
#cm#press meet#100 days
No comments:
Post a Comment