বৰঝাৰ বিমানবন্দৰত লাভলীনাক উষ্ম আদৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

বৰঝাৰ বিমানবন্দৰত লাভলীনাক উষ্ম আদৰণি

 




#lovlinaborgohain #warmwelcome #guwahati #assam




W7s News : নিউজ ডেস্ক: বৰঝাৰ বিমানবন্দৰত লাভলীনাক উষ্ম আদৰণি। বিমানবন্দৰৰ বাহিৰত অজস্ৰ অনুৰাগীৰ ভিৰ।  ট'কিঅ' অলিম্পিকত পদক জয় কৰি অলিম্পিক ক্ৰীড়াৰ জগতত প্ৰথম বাৰৰ বাবে অসমৰ নাম খোদিত কৰা, অসম কন্যা লাভলীনা বৰগোহাঁই আহি বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী বিমল বৰা, মন্ত্ৰী পিয়ুষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, বিধায়ক বিশ্বজিৎ ফুকন আদিয়ে অসম গৌৰৱ গৰাকীক 'ৰাজ্যিক অতিথি' মৰ্যাদাৰে স্ব-ভূমিলৈ স্বাগতম জনায়।গুৱাহাটীত উপস্থিত হৈয়ে আৱেগিক হৈ পৰিল লাভলীনা। সংবাদমাধ্যমৰ সন্মুখত হুকহুকাই কান্দি উঠিল লাভলীনাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here