অনুৰাগীৰ মাজতে উচুপি উঠিল লাভলীনা | সোণৰ পদক পোৱাহেঁতেন বেছি সুখী হ’লোহেঁতেন-লাভলীনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

অনুৰাগীৰ মাজতে উচুপি উঠিল লাভলীনা | সোণৰ পদক পোৱাহেঁতেন বেছি সুখী হ’লোহেঁতেন-লাভলীনা

 


W7s News নিউজ ডেস্ক: মাতৃভূমিত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি উচুপি উঠিল লাভলীনা।ট’কিঅ’ অলিম্পিকত সোণৰ পদক আনিব নোৱাৰাৰ বাবে লাভলীনাই দুখ প্ৰকাশ কৰিছে। গুৱাহাটীত উপস্থিত হৈয়ে আৱেগিক হৈ পৰিল লাভলীনা। সংবাদমাধ্যমৰ সন্মুখত হুকহুকাই কান্দি উঠিল লাভলীনাই। অসমবাসীক ধন্যবাদ জনাই সংবাদ মাধ্যমৰ আগত লাভলীনাই কয় যে, সোণৰ পদক জয় কৰিব নোৱাৰি মই দুঃখিত।এতিয়া মই সুখী নহয়, সোণ পোৱাহেঁতেন বেছি সুখী হ’লোহেঁতেন। পাছৰ পৰ্য্যায়ত আৰু চেষ্টা কৰিম যাতে সোণৰ পদক লাভ কৰিব পাৰো। অসমবাসীৰ মৰমৰ বাবে লাভলীনাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

#lovelinaborgohain #crying #guwahati #assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here