শিক্ষাৰ্থী-দুখীয়া লোকক সাহাৰ্য সামগ্ৰী বিতৰণ চিন্ময়া মিছন ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 August 2021

শিক্ষাৰ্থী-দুখীয়া লোকক সাহাৰ্য সামগ্ৰী বিতৰণ চিন্ময়া মিছন ৰ

W7s News ষ্টাফৰিপোৰ্টাৰ


: ক'ভিড পৰিস্থিতিৰ বাবে জীৱন জীৱিকাৰ তাড়নাত থকা চিপাঝাৰৰ ১৪৮ টা পৰিয়াল আৰু দুখীয়া শিক্ষাৰ্থীক সোমবৰে সাহাৰ্য সামগ্ৰী বিতৰণ কৰে চিন্ময়া মিছন গুৱাহাটীয়ে। চিন্ময়া মিছন ৰ সেৱা প্ৰকল্পৰ অধীনত এই সাহাৰ্য বিতৰণ কৰা হয় দুখীয়া লোক সকলৰ মাজত। দুখীয়া ১৪৮টা পৰিয়ালক ৰেচন সামগ্ৰী বিতৰণ কৰাৰ লগতে শতাধিক শিক্ষাৰ্থীক অধ্যয়ণৰ সামগ্ৰী বিতৰণ কৰে। এই সাহাৰ্য বিতৰণ অনুষ্ঠানৰ মাজতে চিপাঝাৰৰ ভুক্তবাৰী গাওঁৰ শিক্ষাৰ্থী সকলে প্ৰস্তুত কৰা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে চিন্ময়া মিছন, অসমৰ সম্পাদক তথা দিছ্পুৰ কলেজ ৰ প্ৰবক্তা ডঃ সুনিতা আগৰৱালে।এই অনুষ্ঠানতে অধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাষণ প্ৰদান কৰে চিন্ময়া যুৱ কেন্দ্ৰৰ সমন্বয়ক ডঃ বনানী দাসে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here