প্ৰথমে ফেচবুকত চিনাকি তাৰ পিছত বিয়াৰ প্ৰস্তাৱ আৰু শেষত চৰকাৰী চাকৰি আৰু দহ লাখ টকা যৌতুক দাবী - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 2 August 2021

demo-image

প্ৰথমে ফেচবুকত চিনাকি তাৰ পিছত বিয়াৰ প্ৰস্তাৱ আৰু শেষত চৰকাৰী চাকৰি আৰু দহ লাখ টকা যৌতুক দাবী

Responsive Ads Here

 


 


W7s News ষ্টাফৰিপোৰ্টাৰ : মহানগৰী গুৱাহাটীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ এগৰাকী যুৱতী বলি হৈছে প্রবঞ্চনাৰ। যুৱতী গৰাকীৰ অভিযোগ হাইলাকান্দিৰ তাৰিক আজিজ লাস্কাৰ নামৰ এজন যুৱকে ফেচবুকৰ জৰিয়তে চিনাকি হৈ তাইক বিয়াৰ প্ৰস্তাৱ দিছিল। পৰৱৰ্তী সময়ত দুয়োৰে পৰিয়ালৰ সন্মতি বিয়াৰ আলোচনা আগবাঢ়ে যদিও পৰৱৰ্তী সময়ত যুৱকজনৰ পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ পৰিয়ালক বিয়াৰ বাবে যুৱতী গৰাকী চৰকাৰী চাকৰিয়াল হোৱাৰ লগতে ১০ লাখ টকাৰ যৌতুক দাবী কৰে।  ঘটনা সংক্রান্তত যুৱতী গৰাকীয়ে ভগদত্তপুৰ থানাত এজাহাৰ দাখিল কৰিছে। যুৱতী গৰাকীয়ে বৰ্তমানত ন্যায় বিচাৰি অসম আৰক্ষী তথা চৰকাৰক অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *