লাভলীনাৰ ঘৰত লুৰীণ জ্যোতি গগৈ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 2 August 2021

লাভলীনাৰ ঘৰত লুৰীণ জ্যোতি গগৈ

 






W7s News ষ্টাফৰিপোৰ্টাৰ, ২ আগষ্ট: অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া, অসম-গৌৰৱ লাভলীনা বৰগোঁহাইৰ বাসগৃহত সোমবাৰে উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাৱঁত থকা অসমীয়া বক্সাৰগৰাকীৰ বাসভৱনত লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক ফুলাম গামোচা আৰু আহোম জনগোষ্ঠীৰ পৰম্পৰা পাগ পিন্ধাই গগৈয়ে সম্বৰ্ধনা জনায়৷ প্ৰতিকুল পৰিৱেশকো নেওচি কন্যা লাভলীনাক খেললৈ আগবঢ়াই দি বৰগোহাঁইয়ে অসমীয়া জাতিৰ প্ৰতি শ্ৰেষ্ঠ সেৱা আগবঢ়োৱা বুলি গগৈয়ে মত প্ৰকাশ কৰে৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here