ফুটবল তাৰকা মেছি প্যাৰিছ ছেন্ট জাৰ্মেইনৰে সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

ফুটবল তাৰকা মেছি প্যাৰিছ ছেন্ট জাৰ্মেইনৰে সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ

 




W7s News : নিউজ ডেস্ক:  পূৰ্বে বাৰ্চিলোনা ক্লাবৰ হৈ খেলত অৱতীৰ্ণ হৈছিল আৰ্জেন্টিনাৰ তাৰকা ফুটবলাৰ লিঅ'নেল মেছিয়ে। মেছিয়ে আনুষ্ঠানিক ভাৱে বাৰ্চিলোনা পৰা বিদায় ললে।প্যাৰিছ ছেন্ট জাৰ্মেইনৰে সৈতে দুবছৰৰ বাবে চুক্তিবদ্ধ হ'ল মেছি।  এটা বছৰত ৩৫মিলিয়ন ইউৰোত চুক্তিবদ্ধ হল লিয়নেল মেছি। ইয়াৰোপৰি, মেছিক বিশ্ববাসীয়ে দেখা পাব নতুন জাৰ্ছি নম্বৰত।২১ টা বছৰৰ খেল পৰিক্ৰমাত বাৰ্চিলোনাৰ হৈ খেলিছিল আৰ্জেন্টিনাৰ অধিনায়ক জনে। সকলোৱে দেখা পাইছিল মেছিক ১০ নম্বৰ জাৰ্ছিত। পিছে এইবাৰ ফুটবল তাৰকাগৰাকীক দেখা যাব ৩০নম্বৰ জাৰ্ছিত।  মেছিৰ সেই দুভৰিৰ যাদু প্ৰত্যক্ষ কৰিবলৈ উৎকন্ঠিত বিশ্বৰ ফুটবল প্ৰেমী তথা মেছিৰ অনুৰাগী সকল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here