থানেশ্বৰ মালাকাৰক আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে নাগৰিক ন্যায় বিভাগৰ উপদেষ্টা হিচাপে নিযুক্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 August 2021

থানেশ্বৰ মালাকাৰক আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে নাগৰিক ন্যায় বিভাগৰ উপদেষ্টা হিচাপে নিযুক্ত

 





W7s News ষ্টাফৰিপোৰ্টাৰ : ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা সমাজকৰ্মী, সাহিত্যক, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য, মাতৃভাষা সমিতিৰ আহ্বায়ক, লেখক  থানেশ্বৰ মালাকাৰক ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক সংস্থাৰ  দ্বাৰা স্বীকৃতি প্ৰাপ্ত সংস্থা আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে নাগৰিক ন্যায় বিভাগৰ উপদেষ্টা হিচাপে শুকুৰবাৰে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰীয় সভাপতিয়ে । তেওঁক এই সন্মানীয় পদত নিযুক্তি দিয়াত আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ অসম বৰ্ড নাগৰিক ন্যায় বিভাগৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজিবে আন্তৰিক অনিন্দন জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here