হকীৰ যাদুগৰ মেজৰ ধ্যানচান্দৰ নামত এতিয়াৰে পৰা দিয়া হব 'খেল ৰত্ন' পুৰস্কাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 August 2021

হকীৰ যাদুগৰ মেজৰ ধ্যানচান্দৰ নামত এতিয়াৰে পৰা দিয়া হব 'খেল ৰত্ন' পুৰস্কাৰ

 


W7s News নিউজ ডেস্ক : হকীৰ যাদুগৰ মেজৰ ধ্যানচান্দৰ নামত এতিয়াৰে পৰা দিয়া হব 'খেল ৰত্ন' পুৰস্কাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  টুইটাৰত জনালে এই কথা।ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম সলনি কৰি মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা কৰা হৈছে ।মোডী চৰকাৰৰ এই সিদ্ধান্ত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here