নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ টছ এণ্ড হেণ্ডলুম ক'ৰ্পোৰেচন লিমিটেডৰ 'প্ৰি ফেষ্টিভ চেল' ৰ আয়োজন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 28 August 2021

demo-image

নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ টছ এণ্ড হেণ্ডলুম ক'ৰ্পোৰেচন লিমিটেডৰ 'প্ৰি ফেষ্টিভ চেল' ৰ আয়োজন

Responsive Ads Here

 



W7s News ষ্টাফৰিপোৰ্টাৰ :নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ টছ এণ্ড হেণ্ডলুম ক'ৰ্পোৰেচন লিমিটেড (এন ই এইছ এইছ ডি চি) ৰ উদ্যোগত 'প্ৰি ফেষ্টিভ চেল' ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে শনিবাৰ গুৱাহাটী প্ৰেছ ক্লাবত  এই নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ টছ এণ্ড হেণ্ডলুম ক'ৰ্পোৰেচন লিমিটেডৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট ক'ৰ্পোৰেচনৰ পৰিচালন সঞ্চালক আৰ কে সিঙে। তেওঁ লগতে কয় ' এই প্ৰি ফেষ্টিভ চেল' গুৱাহাটীৰ গড়চুকৰ ক্ৰাফ্ট প্ৰম'চন চেণ্টাৰত পহিলা ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰা হ'ব। য'ত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ বোৱাৰী, শিপিনী সকলৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্রদর্শনী কৰা হ'ব। আনহাতে ৩ ছেপ্টেম্বৰত এন ই এইছ এইছ ডি চি য়ে ম'বাইল আউটলেট 'পূৰ্বশ্ৰী অন হুইলছ'ৰ ফ্লেগ অফ কৰিব। ফ্লেগ অফ কৰিব এয়াৰ মাৰ্চেল অঞ্জন কুমাৰ গগৈয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *