ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাক "অসম গৌৰৱ সন্মান বঁটা" প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাক "অসম গৌৰৱ সন্মান বঁটা" প্ৰদান

 



W7s News ষ্টাফৰিপোৰ্টাৰ:  "সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ, অসমে বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাক "অসম গৌৰৱ সন্মান বঁটা" ২০২১প্ৰদান কৰে।  "সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ, অসম" ৰ সাধাৰণ সম্পাদক জয়ন্ত শইকীয়াই বুধবাৰে জনতা ভৱনত আনুষ্ঠানিক ভাবে এই বঁটা প্ৰদান কৰে । এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক। এই বঁটা গ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সাহিত্য-সমাজ-সাংস্কৃতিক সেৱা মঞ্চ, অসম"ৰ এই প্ৰয়াসক শলাগে। ভৱিষ্যতে এনেদৰে উদগনি মূলক কাম কৰি যাবলৈ অনুষ্ঠানটোক আহবান জনায়। উল্লেখ্য, ২০২১ বৰ্ষৰ এই সন্মানীয় বঁটা লাভ কৰে ক্ৰমে অসমৰ জনপ্ৰিয় অভিনেত্রী চেতনা দাস, কেবিনেট মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষান, লেখিকা নঞ্জু দত্ত জীনা বৰুৱা যুৱ কবি জিণ্টুমণি দাস সনত কুমাৰ মহন্ত  অলি বৰুৱা  বৰ্ণালী বৰা বৈশ্য, কিৰণ দাস  বীনা বৰুৱা ভূমিকা চৌধুৰী মন্তোষ শুক্ল বৈদ্য বৰষা কাশ্যপ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here