প্ৰথমবাৰলৈ আলফা স্বাধীনে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কোনো সশস্ত্ৰ প্ৰতিবাদী কাৰ্যসূচী নোলোৱাৰ ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 August 2021

প্ৰথমবাৰলৈ আলফা স্বাধীনে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কোনো সশস্ত্ৰ প্ৰতিবাদী কাৰ্যসূচী নোলোৱাৰ ঘোষণা

 




#75thIndependenceDay #security #assam


W7s News নিউজ ডেস্ক : 

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি এতিয়া তুংগত। প্ৰথমবাৰলৈ আলফা স্বাধীনে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কোনো সশস্ত্ৰ প্ৰতিবাদী কাৰ্যসূচী নোলোৱাৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰিছে। উল্লেখ্য, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এইবাৰ কঠোৰভাৱে ক'ভিড প্ৰট’কল মানি চলাত গুৰুত্ব দিছে প্ৰশাসনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here