অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ উপহাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 17 August 2021

অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ উপহাৰ

 



লাভলীনালৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ ১ কোটি টকা


W7s News নিউজ ডেস্ক: ট’কিঅ’ অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ উপহাৰ আগবঢ়াইছে।

১৯ আগষ্টত উত্তৰ-প্ৰদেশ চৰকাৰে অলিম্পিকৰ পদকজয়ী আটাইকেইজন খেলুৱৈক সম্বৰ্ধনা জনাব৷ অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইলৈ উত্তৰ-প্ৰদেশ চৰকাৰে ১ কোটি টকা ঘোষণা কৰিছে৷ উত্তৰ-প্ৰদেশ চৰকাৰে অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰাক দিব ২ কোটি টকা৷ৰূপৰ পদক বিজয়ী মীৰাবাঈ আৰু ৰবি দাহিয়াক দিব ১.৫০ কোটি টকা৷ ব্ৰঞ্জজয়ী ৪গৰাকী খেলুৱৈক দিব ১ কোটিকৈ টকা৷ ১৯ আগষ্টত আনুষ্ঠানিকভাৱে উত্তৰ-প্ৰদেশ চৰকাৰে প্ৰদান কৰিব এই ধন৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here