হেপাঁহৰ ঘৰখনত উপস্থিত হ'লগৈ লাভলীনা বৰগোঁহাই - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 17 August 2021

demo-image

হেপাঁহৰ ঘৰখনত উপস্থিত হ'লগৈ লাভলীনা বৰগোঁহাই

Responsive Ads Here

 

IMG_20210818_004804



W7s News : নিউজ ডেস্ক: বিগত এটা বছৰৰ অন্তত

হেপাঁহৰ ঘৰখনত উপস্থিত হ'লগৈ লাভলীনা বৰগোঁহাই।

মাতৃক লগ পাই আবেগিক হৈ পৰিল লাভলীনা। লাভলীনাক ধূপ-ধূনা জ্বলাই,ফুল চটিয়াই ঘৰলৈ আদৰি নিলে জ্যেষ্ঠ ভগ্নীয়ে। দীৰ্ঘদিনৰ পাছত আজি নিজৰ হেপাঁহৰ ঘৰখনত উপস্থিত হ'ল লাভলীনা। বৰপথাৰৰ বিশাল সম্বৰ্দ্ধনা অনুষ্ঠানৰ পাছতেই ঘৰত উপস্থিত হ'ল লাভলীনা। বহু দিনৰ পাছত নিজৰ মাকক লগ পাই আবেগিক হৈ পৰিল লাভলীনা।কন্যাক এবাৰ চাবলৈ ব্যাকুল হৈ থকা মাকে সাৱতি ধৰিলে লাভলীনাক।লাভলীনাক ধূপ-ধূনা জলাই ফুল চটিয়াই ঘৰলৈ আদৰি নিলে বায়েকে।

এক বিশেষ মূহুৰ্ত্তৰ সাক্ষী হ'ল উপস্থিত সকলো।

ডিমাপুৰৰ পৰা বাইক ৰেলীৰে বজ্ৰকন্যাক উষ্ম আদৰণি।বৰপথাৰ হাইস্কুল খেলপথাৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত লাভলীনাক বিশাল সম্বৰ্দ্ধনা।পথৰ দুয়োকাষে লাভলীনাক আদৰণি জনালে অসংখ্যজনে।উল্লেখ্য,বাৰমুখীয়াৰ গাঁৱৰ ঘৰত লাভলীনাই মাত্ৰ এনিশা কটাব।১৮ আগষ্টৰ পুৱা পুনৰ উভতি যাব উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌলৈ।বুধবাৰে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব লাভলীনাই।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *