চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত প্ৰত্যাহাৰ - - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 August 2021

চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত প্ৰত্যাহাৰ -

 


W7s News ষ্টাফৰিপোৰ্টাৰ : চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ সিদ্ধান্ত প্ৰত্যাহাৰ ৰাজ্য চৰকাৰৰ। গুৱাহাটীৰ বৰাগাঁৱতে হ’ব ডাম্পিং গ্ৰাউণ্ড।পৰিৱেশ সুৰক্ষাৰ বাবে লোৱা হ’ব বিশেষ ব্যৱস্থা -সাংবাদিকক জনালে জি ডি ডি  মন্ত্ৰী অশোক সিংঘলে।চন্দ্ৰপুৰত অস্থায়ীভাৱেহে জাবৰ পেলোৱা হৈছিল বুলিও মন্ত্ৰীজনে মত প্ৰকাশ কৰে।


#dumpinground #chandrapur #assamGovt #withdraw #boragaon #assam

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here