দিল্লীলৈ উভতিল লাভলীনা বৰগোহাই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 13 August 2021

দিল্লীলৈ উভতিল লাভলীনা বৰগোহাই

 



W7s News নিউজ ডেস্ক:  মাতৃভূমিত আপোনজনৰ মাজত সময় কটাই দিল্লীলৈ উভতিল লাভলীনা বৰগোহাই। অসমলৈ আহি লাভলীনাৰ চকুত কেৱল আনন্দৰ চকুলো দেখা গ'ল। অসমৰ ল'ৰা-ছোৱালীয়ে মোৰ অলিম্পিক মেডেলটো স্পৰ্শ কৰক বুলি মন্তব্য লাভলীনাৰ সাংবাদিকৰ সন্মুখত। আৱেগিক হৈ পৰিল পিতৃ-কন্যা। বিহুৰ সময়ত অসমলৈ বৰকৈ মনত পৰে বুলি মন্তব্য কৰে লাভলীনা বৰগোহাইয়ে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here