গুৱাহাটীৰ এপ'ল' হাস্পতালত দেওবৰীয়া নিউৰ' ক্লিনিকৰ শুভাৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 August 2021

গুৱাহাটীৰ এপ'ল' হাস্পতালত দেওবৰীয়া নিউৰ' ক্লিনিকৰ শুভাৰম্ভণি

 





W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ এপ'ল' হাস্পতালৰ 'ইনষ্টিটিউট অৱ নিউৰ'চায়েঞ্চে আৰ জি বৰুৱা  পথস্থিত এপ'ল' মেডিকেল চেণ্টাৰত

 দেওবৰীয়া নিউৰ' ক্লিনিকৰ শুভাৰম্ভণি শনিবাৰে শুভাৰম্ভ কৰে। নিউৰ'চাৰ্জাৰী (স্নায়ুজনিত অস্ত্ৰোপচাৰ) সম্পর্কীয় সকলো ধৰণৰ পৰামৰ্শ, পৰীক্ষা নিৰীক্ষা, চিকিৎসা এই ক্লিনিকে আগবঢ়াব। অভিজ্ঞতা সম্পন্ন নিউৰ'চার্জনসকলে এই বিশেষ দেওবৰীয়া ক্লিনিকৰ জৰিয়তে উন্নত মানদণ্ডৰ চিকিৎসা আগবঢ়াব।  ইয়াৰ লগতে স্নায়ুৰোগজনিত কাৰণ সমূহ সময় থাকোতেই ধৰা পেলোৱাৰ বাবে আৰু এক সুস্থ জীৱন যাপনৰ বাবে হাস্পতালে নতুনকৈ স্বাস্থ্য পৰীক্ষা পেকেজৰ আৰম্ভ কৰিছে। এই দেওবৰীয়া  ক্লিনিক ১৫ আগষ্টৰ পৰা কাৰ্য ক্ষম হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here