বিশিষ্ট কবি সনন্ত তাঁতি চিকিৎসাধীন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 14 August 2021

বিশিষ্ট কবি সনন্ত তাঁতি চিকিৎসাধীন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : 'কাইলৈ দিনটো আমাৰ হ'ব' শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰা বিশিষ্ট কবি সনন্ত তাঁতি চিকিৎসাধীন হৈ আছে। 'কদম ফুলৰ ৰাতি, যুদ্ধভূমিৰ কবিতা, কৰিমগঞ্জৰ পৰা ৰেলেৰ আহোতে আহোতে আদি জনপ্ৰিয় গ্ৰন্থৰ ৰচক বিশিষ্ট কবিজনে ১১ আগষ্টৰৰ পৰা দিল্লীৰ ইন্দ্ৰপ্ৰস্ত এপ'ল' হাস্পতালত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে| কবিজনৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ শুভাকাংশীসকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here