মহিলা হকীত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত ভাৰত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 1 August 2021

মহিলা হকীত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত ভাৰত

 



#tokio Olympics#india



W7s News : নিউজ ডেস্ক: ভাৰতৰ অলিম্পিকত ইতিহাস ৰচিত হ'ল। মহিলা হকীৰ ছেমিফাইনেলত প্ৰবেশ কৰিলে ভাৰতে। মহিলা হকীত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত ভাৰত । এইমাত্ৰ দুৰ্দান্ত অষ্ট্ৰেলিয়াক ১-০ত পৰাস্ত কৰি ছেমিত প্ৰৱেশ কৰে ভাৰতে । এয়া হৈছে মহিলা হকীৰ ছেমিত প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here