উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কুমাৰপাৰাৰ শিশু নিকেতন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 29 August 2021

উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কুমাৰপাৰাৰ শিশু নিকেতন

 




W7s News ষ্টাফৰিপোৰ্টাৰ : শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে নাৰায়ণ নগৰ, কুমাৰপাৰা, গুৱাহাটীৰ  শিশু নিকেটন  উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিয়ে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পুৰণৰ বাবে বিদ্যালয়খনক চলিত শৈক্ষিক বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পবন কুমাৰ আগৰৱালাই এই সম্পৰ্কে কয় 'বিদ্যালয়খনে এই বছৰ কলা আৰু বাণিজ্য শাখাত একাদশ শ্ৰেণী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে আৰু যথেষ্ট শিক্ষার্থীয়ে বিদ্যালয়খনত নামভৰ্তি কৰিবলৈ আগ্ৰহ দেখুৱাইছে। লক্ষণীয় যে  শিশু নিকেটন  উচ্চ মাধ্যমিক বিদ্যালয়খনে গৌৰৱোজ্জল ৫৫ বছৰ অতিক্ৰম কৰিছে। বিদ্যালয় খনৰ সচিব অধ্যাপক ড০ প্ৰদীপ কে জৈনে কয় ' বিদ্যালয়খনে সময়ে সময়ে শিক্ষাৰ্থীৰসকলৰ বাবে কেৰিয়াৰ বিকাশ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here