পি.ভি. সিন্ধু ছেমি ফাইনেলত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 July 2021

পি.ভি. সিন্ধু ছেমি ফাইনেলত




#pv sindhu #tokyo2020 #olympicgames #india #badminton



W7s News: নিউজ ডেস্ক : টকিঅ' অলিম্পিক ২০২০ বেডমিণ্টনৰ একক শাখাত ভাৰতৰ পি.ভি. সিন্ধু ছেমি ফাইনেলত প্ৰবেশ কৰিছে । জাপানৰ এ. য়ামাগুচিক সিন্ধুৱে ২-০ৰ পোনপটীয়া ছেটত পৰাজিত কৰে। ভাৰতবাসীৰ বাবে আজিৰ দিনটো গৌৰৱৰ দিন হিচাপে বিবেচিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here