লাভলীনা বৰগোহাঁইৰ সাফল্য কামনাৰে অসম যুৱ পৰিষদৰ বন্তি প্ৰজ্বলন : - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 26 July 2021

লাভলীনা বৰগোহাঁইৰ সাফল্য কামনাৰে অসম যুৱ পৰিষদৰ বন্তি প্ৰজ্বলন :

 



 W7s News ষ্টাফৰিপোৰ্টাৰ:  অলিম্পিয়ান অসম জীয়ৰী লাভলীনা বৰগোহাঁইৰ সাফল্য  কামনা কৰি  আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্যকাৰ্য্যালয়ত  অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত  বন্তি প্ৰজ্বলন কাৰ্য্যসুচী ৰূপায়ন কৰে । আজিৰ এই কাৰ্য্যসুচীত দলৰ উপসভাপতি সুনীল ডেকা , কাৰ্য্যনিৰ্বাহক কিশোৰ দেউৰী ,  যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, উপসভাপতি পিজু ডেকা , সাধাৰণ সম্পাদক গৌতম বৰা , সুশান্ত ভট্টচাৰ্য্য , সঞ্জয় অসমীয়া , জয়নাল আব্দিন , মহানগৰ সমিতিৰ সভাপতি দীপাংকৰ দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here