প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 July 2021

প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰীৰ মৃত্যু

 



#death #actress# surekha#




W7s News, নিউজ ডেস্ক: টেলিভিছন জনপ্ৰিয় বৰ্ষীয়ান অভিনেত্ৰী সুৰেখা চিক্ৰী আৰু নাই। শুকুৰবাৰে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেত্ৰী গৰাকীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। টেলিভিছনৰ বিভিন্ন ধাৰাবাহিকৰ লগতে 'বালিকা বধু' ধাৰাবাহিকৰ জৰিয়তে তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here