পবিতৰাত মুকলি কৰি দিয়া হ'ল ৪৫টা বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 17 July 2021

পবিতৰাত মুকলি কৰি দিয়া হ'ল ৪৫টা বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী

 



#wildbird #release #pobitora #assam 


W7s News ষ্টাফৰিপোৰ্টাৰ: 

পবিতৰা অভয়াৰণ্যৰ জলাশয়ত মুকলি কৰি দিয়া হ’ল ৪৫টা বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষী। চোৰাং চিকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা চৰাই কেইটা মৰিগাঁও জিলা বন বিভাগ আৰু পবিতৰা কৰ্তৃপক্ষই  মুকলি কৰি দিয়ে পবিতৰাত অভয়াৰণ্যৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here