পেগাছাছ কাণ্ডৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 July 2021

পেগাছাছ কাণ্ডৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ

 



#protest #congress #assam 



W7s News ষ্টাফৰিপোৰ্টাৰ : পেগাছাছ কাণ্ডৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটীৰ ৰাজভৱনৰ সন্মুখত কংগ্ৰেছীৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰিপুণ বৰা, দেৱব্ৰত শইকীয়াসহ বহু নেতা কর্মীয়ে। এই প্ৰতিবাদৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here