বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 July 2021

বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ

 



#shilpashettykundra #rajkundra #arrested #mumbaipolice



W7s News নিউজ ডেস্ক : বলিউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে। অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু ম'বাইল এপ্লিকেচনৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ কুন্দ্ৰাক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here