ডেল্টা আৰু আলফা প্ৰজাতিৰ ভাইৰাছ একেগৰাকী মহিলাৰ শৰীৰত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 July 2021

ডেল্টা আৰু আলফা প্ৰজাতিৰ ভাইৰাছ একেগৰাকী মহিলাৰ শৰীৰত

 



#covid19 #covid2variants #dibrugarh #assam


W7s News নিউজ ডেস্ক :;দেশত প্ৰথমবাৰৰ বাবে একেজন লোকৰ শৰীৰত দুটা প্ৰজাতিৰ ক'ভিড ভাইৰাছ দেখা পোৱা গৈছে। ডিব্ৰুগড়ত এগৰাকী মহিলাৰ শৰীৰত ধৰা পৰিছে দুটা প্ৰজাতিৰ ভাইৰাছ।ডেল্টা আৰু আলফা প্ৰজাতিৰ ভাইৰাছ একেগৰাকী মহিলাৰ শৰীৰত ধৰা পৰিছে। দেশৰ ভিতৰত এনেধৰণৰ এইটোৱে প্ৰথম ঘটনা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here