চৰকাৰৰ স্থিতিক সমালোচনা গৌৰৱ গগৈৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 20 July 2021

চৰকাৰৰ স্থিতিক সমালোচনা গৌৰৱ গগৈৰ

 



#pegasus #criticism #mp #gauravgogoi #india 




W7s News, নিউজ ডেস্ক: পেগাছাছ কাণ্ডক লৈ চৰকাৰৰ স্থিতিক সমালোচনা গৌৰৱ গগৈৰ। ৰাজনৈতিক নেতা, সাংবাদিকৰ ফোন ট্ৰেপিঙক লৈ প্ৰশ্ন সাংসদ গগৈৰ। চৰকাৰে নিজেই তদন্ত দিছিল পেগাছাছৰ বিৰুদ্ধে।একে চৰকাৰেই এতিয়া ৰক্ষণাবেক্ষণ দিছে পেগাছাছক। চৰকাৰৰ এই কাৰ্যক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে লোকসভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here