ধৰ্মপ্ৰাণ মহিলা উষাৰাণী ঘোষৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 July 2021

ধৰ্মপ্ৰাণ মহিলা উষাৰাণী ঘোষৰ মৃত্যু

 





W7s News, ষ্টাফৰিপোৰ্টাৰ: দেৰগাঁৱৰ কুৰালগুৰি নিবাসী ধৰ্মপ্ৰাণ মহিলা উষাৰাণী ঘোষৰ শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয়। সম্প্ৰতি গুৱাহাটীৰ গান্ধীবস্তিত বসবাস কৰি থকা প্ৰয়াত ঘোষ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। প্ৰয়াত উষাৰাণী ঘোষ 'দৈনিক অসম' কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুষিম ঘোষৰ মাতৃ আৰু সুভাষ ঘোষৰ পত্নী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ স্বামী, দুজন পুত্ৰ, এগৰাকী জীয়ৰীৰ, নাতি-নাতিনিৰ লগতে বহুসংখ্যক গুণমুগ্ধক এৰি থৈ যায়। তেওঁ কুৰালগুৰি অঞ্চলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল। শুকুৰবাৰে পুৱাৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here